/usr/share/help/as/gnome-help/net-wireless-troubleshooting-initial-check.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="net-wireless-troubleshooting-initial-check" xml:lang="as">
<info>
<link type="next" xref="net-wireless-troubleshooting-hardware-info"/>
<link type="guide" xref="net-wireless-troubleshooting"/>
<revision pkgversion="3.4.0" date="2012-03-05" status="outdated"/>
<revision pkgversion="3.10" date="2013-11-10" status="review"/>
<credit type="author">
<name>Ubuntu তথ্যচিত্ৰ ৱিকিৰ অৱদানকাৰীসকল</name>
</credit>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email its:translate="no">gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>সুনিশ্চিত কৰক যে সাধাৰণ নেটৱাৰ্ক সংহতিসমূহ সঠিক আছে আৰু পৰৱৰ্তী কেইটিমান সমস্যামুক্তি স্তৰবোৰৰ বাবে প্ৰস্তুত হওক।</desc>
</info>
<subtitle>এটা আৰম্ভণি সংযোগ নিৰীক্ষণ পৰিৱেশন কৰক</subtitle>
এই স্তৰ আপুনি আপোনাৰ বেতাঁৰ নেটৱাৰ্কৰ বিষয়ে কিছুমান মৌলিক তথ্য নিৰীক্ষণ কৰিব। ই সুনিশ্চিত কৰিবলে যে আপোনাৰ নেটৱাৰ্কিং সমস্যা এটা সাধাৰণ সমস্যাৰ বাবে হোৱা নাই, যেনে বেতাঁৰ সংযোগ বন্ধ কৰা, আৰু পিছৰ কিছুমান সমস্যামুক্তি স্তৰৰ বাবে প্ৰস্তুত হোৱা।
<steps>
<item>
সুনিশ্চিত কৰক যে আপোনাৰ লেপটপ এটা তাঁৰযুক্ত ইন্টাৰনেট সংযোগৰ সৈতে সংযুক্ত নহয়।
</item>
<item>
যদি আপোনাৰ এটা বহিৰ্তম বেতাঁৰ এডাপ্টাৰ আছে (যেনে এটা USB এডাপ্টাৰ, অথবা এটা PCMCIA যি আপোনাৰ লেপটপত প্লাগ হয়), সুনিশ্চিত কৰক যে ই আপোনাৰ কমপিউটাৰৰ সঠিক স্লটত সুমুৱা হৈছে।
</item>
<item>
যদি আপোনাৰ বেতাঁৰ কাৰ্ড আপোনাৰ কমপিউটাৰৰ ভিতৰ ত আছে, সুনিশ্চিত কৰক যে বেতাঁৰ চুইচ অন কৰা আছে (যদি ইয়াৰ এটা আছে)। লেপটপসমূহৰ সাধাৰণত বেতাঁৰ চুইচ থাকে যাক আপুনি সংযুক্তি কি'সমূহ টিপি টগল কৰিব পাৰিব।
</item>
<item>
Click the system status area on the top bar and select
<gui>Wi-Fi</gui>, then select <gui>Wi-Fi Settings</gui>. Make sure that
<gui>Wi-Fi</gui> is set to <gui>ON</gui>. You should also check that
<link xref="net-wireless-airplane">Airplane Mode is not switched
on</link>.
</item>
<item>
টাৰ্মিনেল খোলক, <cmd>nm-tool</cmd> টাইপ কৰক আৰু <key>Enter</key> টিপক।
This will display information about your network hardware and
connection status. Look down the list of information and see if there is
a section related to the wireless network adapter. The information for
each network device is separated by a row of dashes. If you find the line
State: Connected in the section for your wireless adapter,
it means that it is working and connected to your wireless router.
</item>
</steps>
যদি আপুনি আপোনাৰ বেতাঁৰ ৰাউটাৰৰ সৈতে সংযুক্ত আছে, কিন্তু আপুনি তথাপিও ইন্টাৰনেট অভিগম কৰিব পৰা নাই, আপোনাৰ ৰাউটাৰ সঠিকভাৱে সংস্থাপন হোৱা নাই, অথবা আপোনাৰ ইন্টাৰনেট সেৱা প্ৰদানকাৰী (ISP) এ কিছুমান কাৰিকৰি সমস্যা অনুভৱ কৰি আছে। সংহতিসমূহ সঠিক আছে নে সুনিশ্চিত কৰিবলৈ আপোনাৰ ৰাউটাৰ আৰু ISP সংস্থাপন সহায়কসমূহ পুনৰদৰ্শন কৰক, অথবা সমৰ্থনৰ বাবে আপোনাৰ ISP ক যোগাযোগ কৰক।
যদি <cmd>nm-tool</cmd> ৰ পৰা তথ্যয় আপুনি নেটৱাৰ্কৰ সৈতে সংযুক্ত নে তাৰ ইংগিত নিদিয়ে, সমস্যামুক্তি সহায়কৰ পৰৱৰ্তী অংশলৈ যাবলৈ <gui>পৰৱৰ্তী</gui> ক্লিক কৰক।
</page>