This file is indexed.
/usr/share/help/as/gnome-help/net-wireless-troubleshooting-hardware-info.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task" id="net-wireless-troubleshooting-hardware-info" xml:lang="as">
<info>
<link type="next" xref="net-wireless-troubleshooting-hardware-check"/>
<link type="guide" xref="net-wireless-troubleshooting"/>
<revision pkgversion="3.4.0" date="2012-03-05" status="outdated"/>
<revision pkgversion="3.10" date="2013-11-10" status="review"/>
<credit type="author">
<name>Ubuntu তথ্যচিত্ৰ ৱিকিৰ অৱদানকাৰীসকল</name>
</credit>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email its:translate="no">gnome-doc-list@gnome.org</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>পৰৱৰ্তী সমস্যামুক্তি স্তৰসমূহত আপোনাক বিৱৰণ যেনে আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ আৰ্হি সংখ্যাৰ প্ৰয়োজন হব পাৰে।</desc>
</info>
<subtitle>আপোনাৰ নেটৱাৰ্ক হাৰ্ডৱেৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰক</subtitle>
In this step, you will collect information about your wireless network
device. The way you fix many wireless problems depends on the make and model
number of the wireless adapter, so you will need to make a note of these
details. It can also be helpful to have some of the items that came with your
computer too, like device driver installation discs. Look for the following
items, if you still have them:
<list>
<item>
আপোনাৰ বেতাঁৰ ডিভাইচসমূহৰ বাবে পেকেইজিং আৰু নিৰ্দেশ (বিশেষভাৱে আপোনাৰ ৰাউটাৰৰ বাবে ব্যৱহাৰকাৰী সহায়ক)
</item>
<item>
আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বাবে ড্ৰাইভাৰসমূহ অন্তৰ্ভুক্ত কৰা ডিস্ক (যদিও ই কেৱল Windows ড্ৰাইভাৰ অন্তৰ্ভুক্ত কৰে)
</item>
<item>
আপোনাৰ কমপিউটাৰ, বেতাঁৰ এডাপ্টাৰ আৰু ৰাউটাৰৰ নিৰ্মাতা আৰু আৰ্হি সংখ্যাবোৰ। এই তথ্য সাধাৰণত ডিভাইচৰ তলত/উলোটা ফালে পোৱা যায়।
</item>
<item>
কোনো সংস্কৰণ/পুনৰীক্ষণ সংখ্যাবোৰ যি আপোনাৰ বেতাঁৰ নেটৱাৰ্ক ডিভাইচ অথবা সিহতৰ পেকেইজিং প্ৰিন্ট কৰা থাকিব পাৰে। এইবোৰ বিশেষভাৱে সহায়ক হব পাৰে, সেয়েহে ভালদৰে চাওক।
</item>
<item>
ড্ৰাইভাৰ ডিস্কত যিকোনো যি ডিভাইচক, ইয়াৰ "ফাৰ্মৱেৰ" সংস্কৰণ, অথবা ই ব্যৱহাৰ কৰা উপাদানসমূহ (চিপচেট) চিনাক্ত কৰে।
</item>
</list>
যদি সম্ভব, এটা বিকল্প কাৰ্য্যকৰি ইন্টাৰনেট সংযোগলৈ অভিগম কৰাৰ চেষ্টা কৰক যাতে আপুনি প্ৰয়োজন সাপেক্ষে চফ্টৱেৰ আৰু ড্ৰাইভাৰসমূহ ডাউনল'ড কৰিব পাৰে। (এটা ইথাৰনেট নেটৱাৰ্ক কেবুলৰ সৈতে আপোনাৰ কমপিউটাৰক প্ৰত্যক্ষভাৱে ৰাউটাৰত প্লাগ কৰাটো ইয়াক প্ৰদান কৰাৰ এটা ধৰণ, কিন্তু কেৱল প্ৰয়োজন হলেহে ইয়াক প্লাগ কৰিব।)
যেতিয়া আপেনাৰ ওচৰত যিমান সম্ভব এই বস্তুবোৰ থাকিব, <gui>পৰৱৰ্তী</gui> ক্লিক কৰিব।
</page>