/usr/share/help/as/gnome-help/nautilus-connect.page is in gnome-user-guide 3.14.1-1.
This file is owned by root:root, with mode 0o644.
The actual contents of the file can be viewed below.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 | <?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="task" id="nautilus-connect" xml:lang="as">
<info>
<link type="guide" xref="files" group="more"/>
<link type="guide" xref="sharing"/>
<revision pkgversion="3.6.0" date="2012-10-06" status="review"/>
<revision pkgversion="3.12" date="2014-03-23" status="candidate"/>
<revision pkgversion="3.14" date="2014-10-12" status="candidate"/>
<desc>FTP, SSH, Windows ছেয়াৰ, অথবা WebDAV ৰে অন্য কমপিউটাৰত ফাইলসমূহ দৰ্শন কৰক আৰু সম্পাদন কৰক।</desc>
<credit type="author">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email>mdhillca@gmail.com</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
আপুনি এটা চাৰ্ভাৰ অথবা নেটৱাৰ্ক ছেয়াৰৰ সৈতে অংয়োগ কৰিব পাৰে আৰু সেই চাৰ্ভাৰৰ ফাইলসমূহ ব্ৰাউছ আৰু দৰ্শন কৰিব পাৰে, যেন সিহত আপোনাৰ কমপিউটাৰত আছে। ই ইন্টাৰনেটৰ পৰা ফাইলসমূহ ডাউনল'ড কৰাৰ অথবা আপল'ড কৰাৰ, অথবা আপোনাৰ স্থানীয় নেটৱাৰ্কত অন্য মানুহৰ সৈতে ফাইলসমূহ অংশীদাৰী কৰাৰ এটা সহজ পদ্ধতি।
To browse files over the network, open the <app>Files</app>
application from the <gui>Activities</gui> overview, and click
<gui>Browse Network</gui> in the sidebar. The file manager
will find any computers on your local area network that advertise
their ability to serve files. If you want to connect to a server
on the internet, or if you do not see the computer you're looking
for, you can manually connect to a server by typing in its
internet/network address.
<steps>
<item>
In the file manager, click <gui>Connect to Server</gui> in the
sidebar.
</item>
<item>
<link xref="#urls">URL</link> বিন্যাসত, চাৰ্ভাৰৰ ঠিকনা সুমুৱাওক। সমৰ্থিত URLs ৰ বিৱৰণ <link xref="#types">তলত দিয়া হৈছে</link>।
<note>
যদি আপুনি চাৰ্ভাৰৰ সৈতে আগত সংযোগ কৰিছে, আপুনি ইয়াক <gui>শেহতীয়া চাৰ্ভাৰসমূহ</gui> তালিকাত ক্লিক কৰিব পাৰিব।
</note>
</item>
<item>
<gui>সংযোগ কৰক</gui> ক্লিক কৰক। এটা নতুন উইন্ডো খোল খাব য'ত আপুনি চাৰ্ভাৰৰ ফাইলসমূহ দেখি পাব। আপুনি ফাইলসমূহক নিজৰ কমপিউটাৰৰ নিচিনা ব্ৰাউছ কৰিব পাৰিব। চাৰ্ভাৰক লগতে কাষবাৰত যোগ কৰা হব যাতে আপুনি ভৱিষ্যতত ইয়াক দ্ৰুত অভিগম কৰিব পাৰে।
</item>
</steps>
এটা URL, অথবা uniform resource locator, এটা ঠিকনাৰ ধৰণ যি এটা নেটৱাৰ্কত এটা অৱস্থান অথবা ফাইললৈ প্ৰসংগ কৰে। ঠিকনাক এই ধৰণে ফৰমেট কৰা হয়:
<example>
<sys>scheme://servername.example.com/folder</sys>
</example>
আঁচনি এ প্ৰটোকল অথবা চাৰ্ভাৰৰ ধৰণ ধাৰ্য্য কৰে। ঠিকনাৰ example.comঅংশক ডমেইন নাম কোৱা হয়। যদি এটা ব্যৱহাৰকাৰীনামী প্ৰয়োজন হয়, ইয়াক চাৰ্ভাৰ নামৰ আগত সুমুৱা হয়:
<example>
<sys>scheme://username@servername.example.com/folder</sys>
</example>
কিছুমান আচঁনিৰ বাবে পৰ্ট সংখ্যা ধাৰ্য্য কৰিব লাগিব। ইয়াক ডমেইন নামৰ পিছত সুমুৱাওক:
<example>
<sys>scheme://servername.example.com:port/folder</sys>
</example>
তলত সমৰ্থিত বিভিন্ন চাৰ্ভাৰ ধৰণৰ বিশেষ উদাহৰণ দিয়া হৈছে।
আপুনি বিভিন্ন ধৰণৰ চাৰ্ভাৰৰ সৈতে সংযোগ কৰিব পাৰিব। কিছুমান চাৰ্ভাৰ ৰাজহুৱা হয়, আৰু যিকোনো মানুহক সংযোগ কৰাৰ অনুমতি দিয়ে। অন্য চাৰ্ভাৰৰ বাবে আপুনি এটা ব্যৱহাৰকাৰীনাম আৰু পাছৱাৰ্ডৰ সৈতে লগ ইন কৰিব লাগিব।
এটা চাৰ্ভাৰৰ ফাইলসমূহ কিছুমান কাৰ্য্য কৰিবলৈ আপোনাৰ অনুমতি নাথাকিব পাৰে। উদাহৰণস্বৰূপ, ৰাজহুৱা FTP ছাইটসমূহত, আপুনি ফাইলসমূহ সম্ভবত মচিব নোৱাৰিব।
আপুনি সুমুৱা URL চাৰ্ভাৰে ইয়াৰ ফাইল অংশীদাৰী এক্সপোৰ্ট কৰিবলৈ ব্যৱহাৰ কৰা প্ৰটোকলৰ ওপৰত নিৰ্ভৰ কৰে।
<terms>
<item>
যদি আপোনাৰ চাৰ্ভাৰত এটা secure shell একাওন্ট আছে, আপুনি এই পদ্ধতি ব্যৱহাৰ কৰি সংযোগ কৰিব পাৰিব। নহুতো ৱেব হস্টে সদস্যসকলৰ বাবে SSH একাওন্টসমূহ প্ৰদান কৰে যাতে সিহতে সুৰক্ষিতভাৱে ফাইলসমূহ আপল'ড কৰিব পাৰে। SSH চাৰ্ভাৰসমূহৰ বাবে আপুনি লগ ইন থাকিব লাগিব।
এটা সাধাৰণ SSH URL দেখাত এনেকুৱা হয়:
<example>
<sys>ssh://username@servername.example.com/folder</sys>
</example>
SSH ব্যৱহাৰ কৰোতে, আপুনি পঠোৱা সকলো তথ্য (আপোনাৰ পাছৱাৰ্ডৰ সৈতে) ইনক্ৰিপ্টেড থাকে যাতে আপোনাৰ নেটৱাৰ্কত থকা অন্য ব্যৱহাৰকাৰীসকলে ইয়াক চাব নোৱাৰে।
</item>
<item>
FTP ইন্টাৰনেটত ফাইলসমূহ বিনিময় কৰাৰ এটা জনপ্ৰিয় পদ্ধতি। যিহেতু তথ্য FTP ৰে ইনক্ৰিপ্ট কৰা নহয়, বহুতো চাৰ্ভাৰে এতিয়া SSH ৰ সহায়ত অভিগম প্ৰদান কৰে। কিছুমান চাৰ্ভাৰত, এতিয়াও, আপুনি ফাইলসমূহ আপল'ড অথবা ডাউনল'ড কৰিবলৈ FTP ব্যৱহাৰ কৰিব লাগিব। লগিনসমূহৰ সৈতে FTP ছাইটসমূহে সাধাৰণত আপোনাক ফাইলসমূহ মচাৰ আৰু আপল'ড কৰাৰ অনুমতি দিয়ে।
এটা সাধাৰণ FTP URL দেখাত এনেকুৱা হয়:
<example>
<sys>ftp://username@ftp.example.com/path/</sys>
</example>
</item>
<item>
ছাইটসমূহ যি আপোনাক ফাইলসমূহ ডাউনল'ড কৰাৰ অনুমতি কেতিয়াবা ৰাজহুৱা অথবা বেনামী FTP অভিগম প্ৰদান কৰে। এই চাৰ্ভাৰসমূহৰ এটা ব্যৱহাৰকাৰীনাম অথবা পাছৱাৰ্ডৰ প্ৰয়োজন নহয়, আৰু সাধাৰণত আপোনাক ফাইলসমূহ মচাৰ অথবা আপল'ড কৰাৰ অনুমতি নিদিয়ে।
এটা সাধাৰণ বেনামী FTP URL দেখাত এনেকুৱা হয়:
<example>
<sys>ftp://ftp.example.com/path/</sys>
</example>
কিছুমান বেনামী FTP ছাইটত আপুনি এটা ৰাজহুৱা ব্যৱহাৰকাৰীনাম আৰু পাছৱাৰ্ডৰ সৈতে লগ ইন কৰিব লাগিব, অথবা এটা ৰাজহুৱা ব্যৱহাৰকাৰীনামৰ সৈতে য'ত আপোনাৰ ইমেইল ঠিকনাক পাছৱাৰ্ড ৰূপে ব্যৱহাৰ কৰা হৈছে। এই চাৰ্ভাৰসমূহৰ বাবে, <gui>FTP (লগিনৰ সৈতে)</gui> পদ্ধতি ব্যৱহাৰ কৰক, আৰু FTP ছাইট দ্বাৰা ধাৰ্য্য কৰা তথ্যসমূহ ব্যৱহাৰ কৰক।
</item>
<item>
Windows computers use a proprietary protocol to share files over a local
area network. Computers on a Windows network are sometimes grouped into
domains for organization and to better control access. If you have
the right permissions on the remote computer, you can connect to a Windows
share from the file manager.
এটা সাধাৰণ Windows অংশীদাৰী URL দেখাত এনেকুৱা হয়:
<example>
<sys>smb://servername/Share</sys>
</example>
</item>
<item>
Based on the HTTP protocol used on the web, WebDAV is sometimes used to
share files on a local network and to store files on the internet. If the
server you're connecting to supports secure connections, you should choose
this option. Secure WebDAV uses strong SSL encryption, so that other users
can't see your password.
এটা সাধাৰণ WebDAV URL দেখাত এনেকুৱা হয়:
<example>
<sys>http://example.hostname.com/path</sys>
</example>
</item>
</terms>
</page>